Skip to contentমূল বিষয়বস্তুলৈ যাওক
Sewaro Energy
Sewaro EnergyGuwahati, Assamগুৱাহাটী, অসম
Sewaro Energy technicians installing monocrystalline rooftop solar panels for a residential home in Guwahati, Assam
Guwahati · Assamগুৱাহাটী · অসম

Solar for your home or business, engineered to last 25 years.আপোনাৰ ঘৰ বা ব্যৱসায়ৰ বাবে সৌৰ শক্তি, যি টিকিব ২৫ বছৰ।

Sewaro Energy designs, installs and maintains rooftop solar across Guwahati and Assam — handling system sizing, PM Surya Ghar subsidy support and APDCL net metering.Sewaro Energy-এ সমগ্ৰ গুৱাহাটী আৰু অসমত ৰুফটপ সৌৰ প্ৰকল্পৰ ডিজাইন, সংস্থাপন আৰু ৰক্ষণাবেক্ষণ কৰে — প্ৰণালীৰ আকাৰ নিৰ্ধাৰণ, পিএম সূৰ্য ঘৰ ৰাজসাহায্য আৰু APDCL নেট মিটাৰিঙৰ সহায় আগবঢ়ায়।

  • Residential & commercialঘৰুৱা আৰু ব্যৱসায়িক
  • Rooftop solar EPCৰুফটপ সৌৰ EPC
  • Subsidy & net-metering supportৰাজসাহায্য আৰু নেট-মিটাৰিং সহায়
APDCL EmpanelledAPDCL তালিকাভুক্তRegistered Vendor Assamঅসমত পঞ্জীভুক্ত ভেন্দৰ
PM Surya Gharপিএম সূৰ্য ঘৰGovt Subsidy Supportচৰকাৰী ৰাজসাহায্য সহায়
Turnkey Solar EPCটাৰ্ণকী সৌৰ EPCGuwahati & Kamrupগুৱাহাটী আৰু কামৰূপ
25-Yr Performance২৫ বছৰৰ প্ৰদৰ্শনTier-1 Solar Modulesটায়াৰ-১ সৌৰ মডিউল

About Sewaro EnergySewaro Energy ৰ বিষয়ে

A solar company that starts with your roof, not a sales pitch.এখন সৌৰ প্ৰতিষ্ঠান যিয়ে আৰম্ভ কৰে আপোনাৰ ছাদৰ পৰীক্ষণেৰে, কেৱল বিক্ৰীৰ কথাৰে নহয়।

We are a Guwahati-based solar team focused on rooftop systems for homes, shops, offices and larger buildings. Every project begins with a site survey to understand your roof, your electricity use and what you actually need — then we size a system that fits.আমি গুৱাহাটীৰ এটা নিৰ্ভৰযোগ্য সৌৰ প্ৰতিষ্ঠান, যিয়ে ঘৰ, দোকান, কাৰ্যালয় আৰু বাণিজ্যিক ভৱনৰ বাবে উচ্চমানৰ ৰুফটপ সৌৰ প্ৰকল্প স্থাপন কৰে। প্ৰতিটো কাম ছাইট পৰিদৰ্শনেৰে আৰম্ভ কৰি উপযুক্ত প্ৰণালী প্ৰস্তুত কৰা হয়।

What we doআমাৰ কাম আৰু সেৱা

Solar services for every kind of roof.সকলো ধৰণৰ ছাদৰ বাবে সৌৰ শক্তি সেৱা।

From a single home rooftop to larger commercial systems, delivered end to end.এটা সাধাৰণ ঘৰৰ ছাদৰ পৰা আৰম্ভ কৰি বৃহৎ বাণিজ্যিক প্ৰকল্পলৈকে, সকলো কাম সুচাৰুৰূপে সম্পন্ন কৰা হয়।

System sizesপ্ৰণালীৰ আকাৰসমূহ

Find the right system size.আপোনাৰ বাবে উপযুক্ত প্ৰণালীৰ আকাৰ বাছক।

Common rooftop sizes for homes and businesses in Assam. Not sure? Start with the calculator.অসমৰ ঘৰ আৰু ব্যৱসায়ৰ বাবে সাধাৰণ ৰুফটপ আকাৰ। নিশ্চিত নহয় যদি কেলকুলেটৰ ব্যৱহাৰ কৰক।

Government schemeচৰকাৰী আঁচনি

PM Surya Ghar, handled for you.পিএম সূৰ্য ঘৰ, সকলো প্ৰক্ৰিয়া আমাৰ দ্বাৰা সম্পন্ন।

The national rooftop solar scheme and Assam's state subsidy can bring down your upfront cost. We help you with eligibility, documents and the application — and keep official figures separate from our service information, with a last-verified date.কেন্দ্ৰীয় আৰু অসম চৰকাৰৰ ৰাজসাহায্যৰ জৰিয়তে সৌৰ প্ৰকল্প স্থাপনৰ প্ৰাৰম্ভিক খৰচ যথেষ্ট হ্ৰাস পায়। আমি যোগ্যতা পৰীক্ষা, নথি-পত্ৰ আৰু আবেদনৰ সকলো কামত সহায় কৰোঁ।

PM Surya Ghar Muft Bijli Yojana rooftop solar subsidy scheme in Assam with MNRE empanelled vendor support

Solar calculatorসৌৰ কেলকুলেটৰ

Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।

Use our calculators to estimate the system you need from your monthly bill, your generation and savings, and your payback period. All results are clearly labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।

  • System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
  • Savings calculatorসঞ্চয় কেলকুলেটৰ
  • Generation calculatorউৎপাদন কেলকুলেটৰ
  • Payback calculatorপেবেক কেলকুলেটৰ
  • Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ

Service areaসেৱা অঞ্চল

Based in Guwahati, powering all of Assam.গুৱাহাটীত মুখ্য কাৰ্যালয়, সমগ্ৰ অসমক সৌৰ শক্তিৰে আলোকিত কৰা।

Headquartered in Guwahati, we deliver rooftop solar installations, turnkey solar EPC, and complete APDCL net-metering support to homes, commercial businesses, and industrial facilities across all districts of Assam.গুৱাহাটীত মুখ্য কাৰ্যালয় থকা আমাৰ প্রতিষ্ঠানে অসমৰ সকলো জিলাতে ঘৰুৱা, ব্যৱসায়িক আৰু উদ্যোগিক ক্ষেত্ৰত ৰুফটপ সৌৰ প্ৰকল্প সংস্থাপন, টাৰ্ণকী সৌৰ EPC আৰু APDCL নেট মিটাৰিং সেৱা প্ৰদান কৰে।

S.C. Road, Athgaonএছ চি ৰোড, আঠগাঁও

Guwahati, Assam — 781001গুৱাহাটী, অসম — ৭৮১০০১

Directions ↗পথ নিৰ্দেশনা ↗

Componentsউপাদানসমূহ

Quality components, specified for the job.উচ্চমানৰ উপাদান, দীৰ্ঘস্থায়ী প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত।

Panels, inverters, batteries and structures from reputable, standards-compliant brands.পেনেল, ইনভাৰ্টাৰ, বেটাৰী আৰু মাউণ্টিং ষ্ট্ৰাকচাৰ বিশ্বমানৰ প্ৰতিষ্ঠিত ব্ৰেণ্ডৰ পৰা সংগ্ৰহ কৰা হয়।

How it worksকাৰ্যপ্ৰণালী

From enquiry to first unit generated.প্ৰথম অনুসন্ধানৰ পৰা প্ৰথম ইউনিট বিদ্যুৎ উৎপাদনলৈ।

A clear, four-step process — no surprises.এটা স্পষ্ট চাৰি-পদক্ষেপ প্ৰক্ৰিয়া — কোনো জটিলতা নোহোৱাকৈ।

  1. Step 01পদক্ষেপ ০১

    Site surveyছাইট নিৰীক্ষণ

    We assess your roof, shading, structure and electricity usage.আমি আপোনাৰ ছাদ, ছাঁ, গঠন আৰু বিদ্যুৎ ব্যৱহাৰ পুঙ্খানুপুঙ্খভাৱে নিৰীক্ষণ কৰোঁ।

  2. Step 02পদক্ষেপ ০২

    Custom designবিশেষ ডিজাইন

    We size the system and design the layout for maximum generation.সৰ্বাধিক বিদ্যুৎ উৎপাদনৰ বাবে আমি প্ৰণালীৰ আকাৰ আৰু লেআউট নিৰ্ধাৰণ কৰোঁ।

  3. Step 03পদক্ষেপ ০৩

    Installationসংস্থাপন

    Certified installation, testing and commissioning on site.ছাইটত প্ৰমাণিত সংস্থাপন, পৰীক্ষণ আৰু কমিশনিং সম্পন্ন কৰা হয়।

  4. Step 04পদক্ষেপ ০৪

    Subsidy & serviceৰাজসাহায্য আৰু সেৱা

    We assist with subsidy and net metering, then maintain your system.আমি ৰাজসাহায্য আৰু নেট মিটাৰিঙত সহায় কৰোঁ আৰু প্ৰণালীৰ নিয়মীয়া সেৱা আগবঢ়াওঁ।

Request a free solar assessmentবিনামূলীয়া সৌৰ মূল্যাংকনৰ বাবে অনুৰোধ কৰক

Share a few details and our team will help you size the right system. No obligation.তলত কেইটামান তথ্য দিয়ক আৰু আমাৰ বিশেষজ্ঞ দলে আপোনাৰ বাবে সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিব। কোনো বাধ্যবাধকতা নাই।

Chat on WhatsAppহোৱাটছএপত বাৰ্তালাপ কৰক

Your details are used only to respond to your enquiry. See our privacy policy.আপোনাৰ তথ্য কেৱল অনুসন্ধানৰ উত্তৰ দিবলৈ ব্যৱহাৰ কৰা হয়। আমাৰ গোপনীয়তা নীতি চাওক।

WhatsAppহোৱাটছএপ

+91 96783 99302

Direct Hotlineপ্ৰত্যক্ষ ফোন নম্বৰ

+91 70029 10729

Emailইমেইল

[email protected]

Verified Business (GSTIN)পঞ্জীকৃত প্ৰতিষ্ঠান (GSTIN)

18BAOPB8104M1ZG

Shop & Office Addressকাৰ্যালয় আৰু ঠিকনা

S.C. Road, Athgaon
Guwahati, Assam — 781001

Rooftop installations delivered across all districts of Assam.সমগ্ৰ অসমৰ সকলো জিলাতে সৌৰ সংস্থাপন সেৱা।

Questionsপ্ৰশ্নোত্তৰ

Solar questions, answered honestly.সৌৰ শক্তিৰ প্ৰশ্ন, সঠিক আৰু সত্য উত্তৰ।

No hype, no invented numbers. If we don't have a verified figure, we point you to the official source.কোনো ভুৱা প্ৰতিশ্ৰুতি নহয়। যদি তথ্য অপ্ৰমাণিত হয়, আমি চৰকাৰী উৎসৰ দিশে আঙুলিয়াই দিওঁ।

Is rooftop solar free?ৰুফটপ সৌৰ প্ৰকল্প সম্পূৰ্ণ বিনামূলীয়ানে?

No. You pay for the system, but central and state subsidies can reduce your cost substantially. Subsidy amounts and eligibility change over time, so check our PM Surya Ghar and Solar Subsidy in Assam pages for the current official position.নহয়। প্ৰণালীটোৰ বাবে আপুনি খৰচ বহন কৰিব লাগে, কিন্তু কেন্দ্ৰীয় আৰু ৰাজ্যিক ৰাজসাহায্যৰ জৰিয়তে খৰচ যথেষ্ট পৰিমাণে কমি যায়। বৰ্তমানৰ চৰকাৰী নিয়মৰ বাবে আমাৰ পিএম সূৰ্য ঘৰ আৰু অসম সৌৰ ৰাজসাহায্য পৃষ্ঠা চাওক।

Does solar generate power during monsoon and winter?বাৰিষা আৰু শীতকালত সৌৰ পেনেলৰ পৰা বিদ্যুৎ উৎপাদন হয়নে?

Yes. Panels keep generating in cloudy or rainy weather at reduced output. We account for seasonal variation when sizing and estimating your system.হয়। ডাৱৰীয়া বা বৰষুণৰ বতৰতো কম পৰিমাণে হ'লেও বিদ্যুৎ উৎপাদন চলি থাকে। আমি প্ৰণালীৰ আকাৰ নিৰ্ধাৰণ কৰোঁতে সকলো ঋতুৰ তাৰতম্য বিবেচনা কৰোঁ।

How much roof space does a solar system need?এটা সৌৰ প্ৰকল্পৰ বাবে কিমান ছাদৰ ঠাই প্ৰয়োজন হয়?

It depends on panel wattage and roof layout. Our panel area and system size calculators give an estimate, and a free site survey confirms the exact space needed.এইটো পেনেলৰ ৱাট আৰু ছাদৰ গঠনৰ ওপৰত নিৰ্ভৰ কৰে। আমাৰ কেলকুলেটৰে আনুমানিক তথ্য দিয়ে আৰু বিনামূলীয়া ছাইট পৰিদৰ্শনে সঠিক স্থান নিশ্চিত কৰে।

Do you help with subsidy and net metering?আপোনালোকে ৰাজসাহায্য আৰু নেট মিটাৰিঙৰ কামত সহায় কৰেনে?

Yes. We assist with the PM Surya Ghar application process, documentation, and the APDCL net-metering formalities for your connection.হয়। আমি পিএম সূৰ্য ঘৰৰ আবেদন, নথিপত্ৰ প্ৰস্তুত আৰু এপিডিচিএল (APDCL) নেট মিটাৰিঙৰ সকলো আনুষ্ঠানিকতাত সম্পূৰ্ণ সহায় আগবঢ়াওঁ।

On-grid, off-grid or hybrid — which should I choose?অন-গ্ৰিড, অফ-গ্ৰিড নে হাইব্ৰিড — মই কোনটো বাছনি কৰা উচিত?

It depends on whether you need battery backup and how your grid connection works. Our guide to solar types explains the trade-offs before you decide.আপোনাক বেটাৰী বেকআপ লাগে নে নালাগে আৰু গ্ৰিড সংযোগৰ ওপৰত ভিত্তি কৰি ই নিৰ্ভৰ কৰে। আমাৰ নিৰ্দেশিকা পঢ়ি আপুনি সঠিক সিদ্ধান্ত ল'ব পাৰে।

How long does installation take?সংস্থাপন সম্পূৰ্ণ হ'বলৈ কিমান দিন সময় লাগে?

Most rooftop installations are completed within days once approvals and materials are ready. Timelines vary with system size and APDCL processes, and we keep you informed at each step.অনুমোদন আৰু সামগ্ৰী সাজু হোৱাৰ পাছত সৰহসংখ্যক ঘৰুৱা সংস্থাপন কেইদিনমানৰ ভিতৰতে সম্পূৰ্ণ হয়। আমি প্ৰতিটো পদক্ষেপতে আপোনাক অৱগত কৰি ৰাখোঁ।

Learnজানক আৰু শিকক

Solar guides and calculators.সৌৰ নিৰ্দেশিকা আৰু কেলকুলেটৰসমূহ।

Understand how rooftop solar, net metering and subsidies work before you invest.বিনিয়োগ কৰাৰ পূৰ্বে ৰুফটপ সৌৰ প্ৰণালী, নেট মিটাৰিং আৰু ৰাজসাহায্য কেনেদৰে কাম কৰে বুজি লওক।

Solar panel efficiency measurement and cell performance in Guwahati
Fundamentalsমৌলিক তথ্য

Solar panel efficiency: what it means for your roofসৌৰ পেনেলৰ কাৰ্যক্ষমতা: আপোনাৰ ছাদৰ বাবে ইয়াৰ তাৎপৰ্য্য

How efficiency is calculated, what affects real-world output in Assam, and why it isn't the only number that matters.কাৰ্যক্ষমতা কেনেদৰে গণনা কৰা হয়, অসমত প্ৰকৃত উৎপাদনে কিদৰে প্ৰভাৱ পেলায় আৰু কিয় কেৱল এই সংখ্যাটোৱেই সকলো নহয়।

Read guideনিৰ্দেশিকা পঢ়ক
Rooftop solar panel installation process step by step in Assam
Installationসংস্থাপন

Rooftop solar installation process, step by stepৰুফটপ সৌৰ সংস্থাপন প্ৰক্ৰিয়া, খোজৰ পাছত খোজ

From the initial roof survey and structural design to electrical commissioning and APDCL handover.প্ৰাৰম্ভিক ছাদ নিৰীক্ষণ আৰু গঠন ডিজাইনৰ পৰা আৰম্ভ কৰি বৈদ্যুতিক কমিশনিং আৰু এপিডিচিএল হস্তান্তৰলৈকে।

Read guideনিৰ্দেশিকা পঢ়ক
APDCL bidirectional net meter installation in Assam
Net Meteringনেট মিটাৰিং

How net metering works with APDCL in Assamঅসমত এপিডিচিএলৰ সৈতে নেট মিটাৰিং কেনেদৰে কাম কৰে

How bidirectional meters export surplus electricity to the grid and reduce your monthly electricity bills.দ্বিমুখী মিটাৰে কেনেদৰে অতিৰিক্ত বিদ্যুৎ গ্ৰিডলৈ প্ৰেৰণ কৰে আৰু আপোনাৰ মাহেকীয়া বিল হ্ৰাস কৰে।

Read guideনিৰ্দেশিকা পঢ়ক
Solar panel preventative maintenance and cleaning in Assam
Maintenanceৰক্ষণাবেক্ষণ

Solar panel maintenance in Assam's climateঅসমৰ জলবায়ুত সৌৰ পেনেলৰ ৰক্ষণাবেক্ষণ

Routine cleaning, inverter health checks, and monsoon care that protects your 25-year generation.নিয়মীয়া পৰিষ্কাৰ, ইনভাৰ্টাৰ পৰীক্ষা আৰু বাৰিষাৰ যত্নই আপোনাৰ ২৫ বছৰীয়া বিদ্যুৎ উৎপাদন সুৰক্ষিত কৰে।

Read guideনিৰ্দেশিকা পঢ়ক

Solar insights, straight to your inbox no spam.সৌৰ শক্তিৰ তথ্য, পোনপটীয়াভাৱে আপোনাৰ ইনবক্সত কোনো স্পাম নাই।

Practical guides on solar savings, subsidy and net metering in Assam. Occasional emails only.অসমত সৌৰ সঞ্চয়, ৰাজসাহায্য আৰু নেট মিটাৰিঙৰ ব্যৱহাৰিক নিৰ্দেশনা। কেতিয়াবা কেতিয়াবাহে প্ৰয়োজনীয় ইমেইল প্ৰেৰণ কৰা হয়।

Let's find the right solar system for your roof.আপোনাৰ ছাদৰ বাবে উপযুক্ত সৌৰ প্ৰণালী বাছনি কৰোঁ আহক।

Share a few details and we'll help you size a system, understand the subsidy and plan the installation.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা সংস্থাপনৰ পৰিকল্পনা কৰিম।