APDCL Solar the connection side, explained.এপিডিচিএল সৌৰ নিৰ্দেশিকা (APDCL Solar Assam) গ্ৰিড সংযোগ আৰু নেট মিটাৰিঙৰ কাৰিকৰী তথ্য।
APDCL is Assam's electricity distribution company. For grid-connected rooftop solar, it handles approvals, inspection, commissioning and net metering — here's what that means for you.এপিডিচিএল (APDCL) হৈছে অসমৰ মুখ্য বিদ্যুৎ বিতৰণ কোম্পানী। গ্ৰিড-সংযুক্ত ৰুফটপ সৌৰ প্ৰকল্পৰ কাৰিকৰী অনুমোদন, ছাইট পৰিদৰ্শন, কমিশনিং আৰু নেট মিটাৰিঙৰ বিষয়ে জানক।

APDCL (Assam Power Distribution Company Ltd) is the distribution utility for all of Assam, including Guwahati. If you install a grid-connected rooftop solar system, APDCL manages the official technical connection — from technical feasibility review through to the bi-directional net meter that records your energy exports.এপিডিচিএল (Assam Power Distribution Company Ltd) হৈছে গুৱাহাটীসহ সমগ্ৰ অসমৰ মুখ্য বিদ্যুৎ বিতৰণ প্ৰতিষ্ঠান। আপুনি যেতিয়া গ্ৰিড-সংযুক্ত ৰুফটপ সৌৰ প্ৰকল্প সংস্থাপন কৰে, তেতিয়া এপিডিচিএলে কাৰিকৰী সম্ভাৱ্যতা পৰীক্ষাৰ পৰা আৰম্ভ কৰি দ্বি-মুখী নেট মিটাৰ সংস্থাপনলৈকে সকলো চৰকাৰী সংযোগ পৰিচালনা কৰে।
Where APDCL Fits into Your Solar Journeyসৌৰ সংস্থাপনত এপিডিচিএলৰ ৫টা গুৰুত্বপূৰ্ণ পদক্ষেপ
- 1. Technical Feasibility: Verifies transformer capacity and approves connection based on your consumer number.১. কাৰিকৰী সম্ভাৱ্যতা (TFA): আপোনাৰ উপভোক্তা নম্বৰ আৰু ট্ৰেন্সফৰ্মাৰ ক্ষমতা পৰীক্ষা কৰি সংযোগ অনুমোদন দিয়ে।
- 2. System Design & Compliance: Ensures the solar plant meets state electrical inspectorate and safety standards.২. কাৰিকৰী নিৰাপত্তা নিৰীক্ষণ: সৌৰ প্ৰণালীয়ে ৰাজ্যিক বিদ্যুৎ সুৰক্ষা নীতি মানি চলিছে নে নাই সেয়া নিশ্চিত কৰে।
- 3. Site Inspection: APDCL engineers inspect the completed installation and inverter synchronisation.৩. ছাইট পৰিদৰ্শন: এপিডিচিএলৰ অভিযন্তাই সংস্থাপন আৰু ইনভাৰ্টাৰ সুৰক্ষা পৰীক্ষা কৰে।
- 4. Bi-Directional Net Metering: Replaces your unidirectional meter with a smart bi-directional net meter.৪. নেট মিটাৰ সংস্থাপন: পুৰণি মিটাৰৰ পৰিৱৰ্তে স্মাৰ্ট দ্বি-মুখী নেট মিটাৰ সংস্থাপন কৰে।
- 5. Online Commissioning: Issues the official certificate on the portal enabling central subsidy DBT release.৫. অনলাইন কমিশনিং: চৰকাৰী পৰ্টেলত কমিশনিং প্ৰমাণপত্ৰ আপলোড কৰে যাৰ দ্বাৰা কেন্দ্ৰীয় ৰাজসাহায্য মুকলি হয়।
Official APDCL Informationএপিডিচিএলৰ চৰকাৰী তথ্য
APDCL Rooftop Solar Regulationsএপিডিচিএল ৰুফটপ সৌৰ নিৰ্দেশাৱলী
Under Assam Electricity Regulatory Commission (AERC) regulations, consumers can install solar capacity up to 100% of their sanctioned load. Net metering credits roll over across billing cycles within the settlement year.অসম বিদ্যুৎ নিয়ন্ত্ৰক আয়োগ (AERC) নিৰ্দেশনা অনুসৰি ঘৰুৱা উপভোক্তাই তেওঁলোকৰ অনুমোদিত লোডৰ ১০০% পৰ্যন্ত সৌৰ প্ৰকল্প সংস্থাপন কৰিব পাৰে। অতিৰিক্ত সৌৰ বিদ্যুৎ ক্ৰেডিট পৰৱৰ্তী বিলত সমন্বয় হৈ থাকে।
Official sourcesচৰকাৰী উৎসসমূহ
What Sewaro Energy Does For YouSewaro Energy-এ আপোনাৰ হৈ কি কি সেৱা আগবঢ়ায়
End-to-End APDCL Coordinationএপিডিচিএলৰ সম্পূৰ্ণ সমন্বয় ব্যৱস্থা
We handle all technical documentation, online portal submissions, inspection scheduling, and meter installation with APDCL so you never have to visit an electricity office. Read our full guide to APDCL Net Metering.আমি সকলো কাৰিকৰী নথি-পত্ৰ, পৰ্টেলত আবেদন, এপিডিচিএল পৰিদৰ্শনৰ সময় নিৰ্ধাৰণ আৰু নেট মিটাৰ সংস্থাপনৰ সকলো কাম চম্ভালোঁ, যাৰ ফলত আপুনি বিদ্যুৎ কাৰ্যালয়লৈ যোৱাৰ কোনো প্ৰয়োজন নাথাকে। বিতং জানিবলৈ আমাৰ এপিডিচিএল নেট মিটাৰিঙৰ নিৰ্দেশিকা চাওক।
Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ
FAQপ্ৰশ্নোত্তৰ
Common questions সাধাৰণ প্ৰশ্নসমূহ
What is APDCL's role in rooftop solar?ৰুফটপ সৌৰ প্ৰকল্পত এপিডিচিএলৰ ভূমিকা কি?
APDCL is Assam's distribution company. For a grid-connected rooftop system, it handles the connection side: approvals, inspection and commissioning of your system, and installation of the net meter.এপিডিচিএল হৈছে অসমৰ ৰাজ্যিক বিদ্যুৎ বিতৰণ কোম্পানী। গ্ৰিড-সংযুক্ত ৰুফটপ সৌৰ প্ৰকল্পৰ বাবে কাৰিকৰী সম্ভাৱ্যতা অনুমোদন (TFA), ছাইট পৰিদৰ্শন, সুৰক্ষা টেষ্টিং আৰু দ্বি-মুখী স্মাৰ্ট নেট মিটাৰ সংস্থাপনৰ দায়িত্ব এপিডিচিএলৰ।
Do I need APDCL's approval?সৌৰ সংস্থাপনৰ বাবে এপিডিচিএলৰ অনুমতি প্ৰয়োজন নেকি?
Yes, for a grid-connected system. The application is made through the official process, and APDCL inspects and commissions the installation before net metering is set up.হয়, গ্ৰিড-সংযুক্ত প্ৰণালীৰ বাবে এপিডিচিএলৰ অনলাইন অনুমোদন বাধ্যতামূলক। ৰাষ্ট্ৰীয় পৰ্টেলৰ জৰিয়তে আবেদন কৰাৰ পাছত এপিডিচিএলে পৰিদৰ্শন কৰি প্ৰকল্প অনুমোদন দিয়ে।
What is net metering?নেট মিটাৰিং প্ৰক্ৰিয়া কি?
Net metering accounts for the units your system exports to the grid against the units you import. APDCL installs a bidirectional meter to record both. See our APDCL net metering page for the process.নেট মিটাৰিঙে আপোনাৰ সৌৰ প্ৰকল্পই গ্ৰিডলৈ প্ৰেৰণ কৰা বিদ্যুৎ আৰু এপিডিচিএলৰ পৰা লোৱা বিদ্যুতৰ হিচাপ ৰাখে। এপিডিচিএলে এক বিশেষ দ্বি-মুখী মিটাৰ সংস্থাপন কৰে, যাৰ ফলত মাহেকীয়া বিলত ইউনিট ক্ৰেডিট পোৱা যায়।
Where do I find my consumer number?মোৰ এপিডিচিএল উপভোক্তা নম্বৰ ক'ত পাম?
It's on your electricity bill. You'll need it for the rooftop solar application and for the consumer details the portal uses.আপোনাৰ মাহেকীয়া বিদ্যুৎ বিলৰ ওপৰৰ অংশত এই ১০ বা ১১ সংখ্যাৰ উপভোক্তা নম্বৰটো (Consumer No.) উল্লেখ থাকে। অনলাইন আবেদনৰ বাবে এই নম্বৰটো অপৰিহাৰ্য।
Ask about APDCL solar and net meteringএপিডিচিএল সৌৰ সংযোগ আৰু নেট মিটাৰিং সম্পৰ্কে জানক
Share a few details and our team will help you size the right system. No obligation.তলত কেইটামান তথ্য দিয়ক আৰু আমাৰ বিশেষজ্ঞ দলে আপোনাৰ বাবে সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিব। কোনো বাধ্যবাধকতা নাই।
Sewaro Energy service informationSewaro Energy সেৱা তথ্য
Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।