Solar System Size Calculator Find the Exact Solar Capacity for Your Homeসৌৰ প্ৰণালীৰ আকাৰ কেলকুলেটৰ (Solar System Size Calculator) আপোনাৰ ঘৰৰ বাবে সঠিক কিলোৱাট ক্ষমতা নিৰ্ধাৰণ
Calculate the exact solar system capacity (kW), panel count, daily generation, and roof area you need in Assam based on your monthly electricity bill.আপোনাৰ মাহেকীয়া বিদ্যুৎ বিলৰ ওপৰত ভিত্তি কৰি ঘৰৰ বাবে কিমান কিলোৱাট সৌৰ প্ৰণালী, কিমানখন পেনেল আৰু কিমান ঠাই লাগিব তাৰ নিৰ্ভুল হিচাপ চাওক।

Solar Calculatorসৌৰ কেলকুলেটৰ
Estimate your solar requirement in seconds.আপোনাৰ সৌৰ প্ৰয়োজনীয়তা নিৰ্ধাৰণ কৰক মাত্ৰ কেইছেকেণ্ডতে।
Move the slider to your average monthly electricity bill. We'll estimate a system size, panel count and daily generation.আপোনাৰ গড় মাহেকীয়া বিদ্যুৎ বিলৰ স্লাইডাৰডাল লৰচৰ কৰক। আমি প্ৰণালীৰ আকাৰ, পেনেলৰ সংখ্যা আৰু দৈনিক উৎপাদন গণনা কৰিম।
- System sizeপ্ৰণালীৰ আকাৰ
- —
- Panels (550 W)পেনেল (550 ৱাট)
- —
- Daily generationদৈনিক উৎপাদন
- —
- Roof areaছাদৰ ক্ষেত্ৰফল
- —
Estimates only. Actual output depends on roof orientation, shading and system design — a site survey confirms the final size.কেৱল আনুমানিক গণনা। প্ৰকৃত উৎপাদন ছাদৰ দিশ, ছাঁ আৰু প্ৰণালীৰ ডিজাইনৰ ওপৰত নিৰ্ভৰ কৰে — ছাইট পৰিদৰ্শনৰ পাছত চূড়ান্ত আকাৰ নিৰ্ধাৰণ কৰা হয়।
How Solar System Sizing Worksসৌৰ প্ৰণালীৰ আকাৰ নিৰ্ধাৰণৰ কাৰ্যপ্ৰণালী
- 1. Monthly Power Consumption: Your electricity bill is divided by APDCL's average tariff rate to calculate total monthly energy consumption in units (kWh).১. মাহেকীয়া ব্যৱহাৰ: বিদ্যুৎ বিলক এপিডিচিএলৰ নিৰিখৰে হৰণ কৰি মাহেকীয়া বিদ্যুৎ ব্যৱহাৰৰ ইউনিট নিৰ্ণয় কৰা হয়।
- 2. Daily Generation Target: Monthly units are divided by 30 days to calculate daily required generation.২. দৈনিক প্ৰয়োজনীয়তা: মাহেকীয়া ইউনিটক ৩০ দিনেৰে হৰণ কৰি দৈনিক প্ৰয়োজনীয় উৎপাদন নিৰ্ধাৰণ কৰা হয়।
- 3. Solar kW Capacity: Daily requirement is divided by ~4.2 units/kW/day to arrive at the ideal solar kilowatt capacity, rounded to the nearest standard system size.৩. কিলোৱাট ক্ষমতা নিৰ্ধাৰণ: দৈনিক চাহিদাক ৪.২ ৰে হৰণ কৰি আদৰ্শ সৌৰ কিলোৱাট ক্ষমতা নিৰ্ধাৰণ কৰা হয় আৰু নিকটতম মানক আকাৰ (১ kW, ২ kW, ৩ kW, ৫ kW ইত্যাদি) বাছনি কৰা হয়।
From Online Estimation to On-Site Engineeringঅনলাইন গণনাৰ পৰা বাস্তৱ সংস্থাপনলৈ
After finding your recommended capacity, explore our detailed system guides for 3 kW Solar Systems or 5 kW Solar Systems, or book a free rooftop survey with Sewaro Energy.আপোনাৰ উপযুক্ত ক্ষমতা জনাৰ পিছত আমাৰ ৩ কিলোৱাট সৌৰ প্ৰণালী বা ৫ কিলোৱাট সৌৰ প্ৰণালীৰ বিতং নিৰ্দেশিকা চাওক নাইবা Sewaro Energy-ৰ বিশেষজ্ঞৰ সৈতে বিনামূলীয়া ছাইট জৰীপ বুক কৰক।
Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ
FAQপ্ৰশ্নোত্তৰ
Common questions সাধাৰণ প্ৰশ্নসমূহ
How do I know what solar system size my home needs in Assam?অসমত মোৰ ঘৰৰ বাবে কিমান কিলোৱাট সৌৰ প্ৰণালী প্ৰয়োজন কেনেকৈ জানিম?
Your ideal solar capacity is determined by your average monthly electricity bill and power consumption. A monthly bill of ₹1,000–₹1,500 typically needs 1–2 kW, ₹2,500–₹3,500 needs 3 kW, and ₹5,000+ needs 5 kW or higher.আপোনাৰ মাহেকীয়া বিদ্যুৎ বিলৰ ওপৰত ভিত্তি কৰি সৌৰ প্ৰণালীৰ আকাৰ নিৰ্ধাৰণ কৰা হয়। মাহে ₹১,০০০–₹১,৫০০ বিলৰ বাবে ১–২ কিলোৱাট, ₹২,৫০০–₹৩,৫০০ বিলৰ বাবে ৩ কিলোৱাট, আৰু ₹৫,০০০ বা তাতকৈ অধিক বিলৰ বাবে ৫ কিলোৱাট বা ততোধিক ক্ষমতাৰ প্ৰয়োজন হয়।
Can I install a solar system larger than my connected load in Assam?অসমত মোৰ অনুমোদিত লোডতকৈ ডাঙৰ সৌৰ প্ৰণালী সংস্থাপন কৰিব পাৰিমনে?
Under APDCL solar regulations, rooftop solar capacity can be installed up to 100% of your sanctioned load. If you require a larger system, Sewaro Energy helps you apply for a load enhancement with APDCL seamlessly.এপিডিচিএলৰ নিৰ্দেশনা অনুসৰি ঘৰুৱা উপভোক্তাই তেওঁলোকৰ অনুমোদিত লোডৰ ১০০% পৰ্যন্ত সৌৰ প্ৰকল্প সংস্থাপন কৰিব পাৰে। যদি অধিক ক্ষমতাৰ প্ৰয়োজন হয়, তেন্তে Sewaro Energy-য়ে এপিডিচিএলৰ লোড বৃদ্ধিৰ কামত সম্পূৰ্ণ সহায় আগবঢ়ায়।
What appliances can run on a 3 kW vs 5 kW solar system?৩ কিলোৱাট আৰু ৫ কিলোৱাট সৌৰ প্ৰণালীত কি কি ঘৰুৱা সামগ্ৰী চলিব?
A 3 kW system easily powers 1-2 ACs, a refrigerator, water pump, TV, fans, and lights. A 5 kW system can comfortably support 3-4 ACs, heavy kitchen appliances, and EV charging.৩ কিলোৱাট প্ৰণালীত ১-২টা এচি, ফ্ৰিজ, পানীৰ মটৰ, টিভি, ফেন আৰু লাইট সহজে চলে। ৫ কিলোৱাট প্ৰণালীত ৩-৪টা এচি, ৱাছিং মেচিন, গিজাৰ আৰু ইভি (ইলেক্ট্ৰিক গাড়ী) চাৰ্জিং সুকলমে চলাব পাৰি।
Sewaro Energy service informationSewaro Energy সেৱা তথ্য
Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।