Contact Sewaro Energyযোগাযোগ
Let's talk about your solar project.আপোনাৰ সৌৰ প্ৰকল্পৰ বিষয়ে আলোচনা কৰোঁ আহক।
Request a free site visit or an accurate solar quote. Call our Guwahati office, WhatsApp our engineering team, or drop in at our Athgaon shop.বিনামূলীয়া ছাইট ভিজিট বা সঠিক সৌৰ উদ্ধৃতিৰ বাবে যোগাযোগ কৰক। আমাৰ গুৱাহাটী কাৰ্যালয়লৈ ফোন কৰক, হোৱাটছএপ কৰক বা আঠগাঁৱৰ কাৰ্যালয়লৈ আহক।
+91 96783 99302
Tap to chat & send electricity billকথা পাতক আৰু বিদ্যুৎ বিল প্ৰেৰণ কৰক+91 70029 10729
Tap to call for site visits & technical quotesছাইট ভিজিট আৰু কাৰিকৰী উদ্ধৃতিৰ বাবে ফোন কৰক[email protected]
GSTIN: 18BAOPB8104M1ZG
Govt. registered enterprise for PM Surya Ghar subsidy billing & commercial EPC in Assam.অসমত চৰকাৰী ৰাজসাহায্য আৰু ব্যৱসায়িক সৌৰ সংস্থাপনৰ বাবে বৈধ জিএছটি পঞ্জীয়ন।
Guwahati Main Officeগুৱাহাটীৰ প্ৰধান কাৰ্যালয়S.C. Road, Athgaon
Guwahati, Assam — 781001
Contact questions.যোগাযোগ সম্পৰ্কীয় প্ৰশ্নোত্তৰ।
How quickly will you respond?আপোনালোকে কিমান সোনকালে যোগাযোগ কৰিব?
We aim to respond to enquiries within one business day. For a quote, we'll arrange a free site visit at a time that suits you.আমি সাধাৰণতে ১ টা কৰ্মদিনৰ ভিতৰত যোগাযোগ কৰোঁ। সঠিক উদ্ধৃতিৰ বাবে আপোনাৰ সুবিধাজনক সময়ত বিনামূলীয়া ছাইট পৰিদৰ্শনৰ ব্যৱস্থা কৰা হ'ব।
Is the site visit really free?ছাইট পৰিদৰ্শন সঁচাকৈয়ে বিনামূলীয়ানে?
Yes. We assess your roof and usage at no charge, and there's no obligation to proceed.হয়। আমি আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰ সম্পূৰ্ণ বিনামূলীয়াকৈ পৰীক্ষা কৰোঁ আৰু ইয়াৰ বাবে কোনো বাধ্যবাধকতা নাথাকে।
What should I have ready?প্ৰথম যোগাযোগৰ সময়ত মই কি প্ৰস্তুত ৰখা উচিত?
Your latest electricity bill and a rough idea of your roof area help us give you a more useful first response.আপোনাৰ শেহতীয়া বিজুলী বিল আৰু ছাদৰ আনুমানিক পৰিমাণ জনালে আমি অধিক সঠিক প্ৰাথমিক পৰামৰ্শ দিব পাৰোঁ।
Which areas do you cover?আপোনালোকে কোন কোন অঞ্চলত সেৱা আগবঢ়ায়?
We serve clients across all of Assam — including Guwahati, Kamrup, Upper Assam, Lower Assam, Central Assam, and the Barak Valley. Share your location and we'll arrange your rooftop survey.আমি সমগ্ৰ অসম জুৰি সেৱা আগবঢ়াওঁ — গুৱাহাটী, কামৰূপ, উজনি অসম, নামনি অসম, মধ্য অসম আৰু বৰাক উপত্যকা। আপোনাৰ স্থান উল্লেখ কৰক আৰু আমি ছাদ পৰিদৰ্শনৰ ব্যৱস্থা কৰিম।
Ready when you are. Get a free quote.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Book a free site visit and we'll help you size the right system for your roof.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।