Skip to contentমূল বিষয়বস্তুলৈ যাওক
Sewaro Energy
Sewaro EnergyGuwahati, Assamগুৱাহাটী, অসম

Commercial Solar for businesses across Assam.ব্যৱসায়িক সৌৰ প্ৰণালী (Commercial Solar) অসমৰ ব্যৱসায়-বাণিজ্যৰ বাবে সেউজ শক্তি।

Commercial rooftop solar for shops, offices, hotels, hospitals and institutions across Assam — designed around your load profile and evaluated on high ROI and quick payback.দোকান, কাৰ্যালয়, হোটেল, চিকিৎসালয় আৰু শিক্ষানুষ্ঠানৰ বাবে ৰুফটপ সৌৰ প্ৰণালী — যি ব্যৱসায়িক বিদ্যুৎ খৰচ হ্ৰাস কৰি কম সময়ত লাভজনক ৰিটাৰ্ণ (ROI) প্ৰদান কৰে।

Commercial Solar

Why businesses choose solarব্যৱসায়িক প্ৰতিষ্ঠানসমূহে সৌৰ শক্তি কিয় বাছি লয়

For a business, electricity is a controllable cost — and rooftop solar is one of the few ways to reduce it for decades. A well-designed commercial system cuts daytime consumption from the grid, hedges against tariff increases, and signals a serious commitment to sustainability to customers and partners.যিকোনো ব্যৱসায়ৰ বাবে বিদ্যুৎ এক নিয়ন্ত্ৰণযোগ্য ব্যয় — আৰু ৰুফটপ সৌৰ প্ৰণালীয়ে ইয়াক বহু দশকৰ বাবে হ্ৰাস কৰে। এক কাৰিকৰীভাৱে সঠিক বাণিজ্যিক ব্যৱস্থাই দিনৰ ভাগত গ্ৰিডৰ ওপৰত নিৰ্ভৰশীলতা কমায়, বিদ্যুৎ মাচুল বৃদ্ধিৰ বোজাৰ পৰা ৰক্ষা কৰে আৰু গ্ৰাহকৰ ওচৰত প্ৰতিষ্ঠানটোৰ সেউজ ভাবমূৰ্তি গঢ়ি তোলে।

Designed around your load, not a templateবিদ্যুৎ ব্যৱহাৰৰ ওপৰত ভিত্তি কৰি বিশেষ ডিজাইন

Commercial projects live or die on design. We start with your electricity bills and load profile, examine how much power you draw during daylight hours, and design a system that offsets as much of that daytime demand as your roof allows.বাণিজ্যিক প্ৰকল্পৰ সফলতা সঠিক ডিজাইনৰ ওপৰত নিৰ্ভৰশীল। আমি আপোনাৰ বিজুলী বিল আৰু লোড প্ৰফাইল পৰীক্ষা কৰোঁ, দিনৰ ভাগত কিমান বিদ্যুৎ ব্যৱহাৰ হয় তাৰ মূল্যায়ন কৰোঁ আৰু ছাদৰ উপলব্ধ ঠাই অনুসৰি সৰ্বাধিক বিদ্যুৎ ৰাহি কৰিব পৰাকৈ ডিজাইন কৰোঁ।

  • Load study and consumption analysisবিদ্যুৎ ব্যৱহাৰ আৰু লোড প্ৰফাইল বিশ্লেষণ
  • Shadow and roof-area assessmentছাদৰ ছাঁ-মুক্ত কালি আৰু স্থায়িত্ব পৰীক্ষা
  • System sizing for maximum practical offsetসৰ্বাধিক বিদ্যুৎ বিল হ্ৰাসৰ বাবে সঠিক ক্ষমতা নিৰ্ধাৰণ
  • Structural and electrical engineeringমজবুত মাউণ্টিং আৰু সুৰক্ষিত বৈদ্যুতিক ডিজাইন

Return on investment and paybackবিনিয়োগৰ লাভ আৰু খৰচ উদ্ধাৰ (ROI & Payback)

Commercial solar is an investment decision. The numbers that matter are your capital cost, the units the system generates, your tariff, and the resulting payback period. Our payback calculator gives an estimate, and we refine it with real project inputs.বাণিজ্যিক সৌৰ সংস্থাপন এক লাভজনক বিনিয়োগ। মূলধন খৰচ, উৎপাদিত ইউনিট আৰু বৰ্তমানৰ বাণিজ্যিক মাচুল অনুসৰি সাধাৰণতে ৩–৪ বছৰৰ ভিতৰতে সম্পূৰ্ণ বিনিয়োগৰ খৰচ উঠি আহে। আপোনাৰ খৰচ উদ্ধাৰৰ হিচাপ জানিবলৈ আমাৰ পে-বেক কেলকুলেটৰ ব্যৱহাৰ কৰক।

Net metering and approvalsনেট মিটাৰিং আৰু এপিডিচিএল অনুমোদন

For grid-connected commercial systems, net metering lets you account for exported units. The rules and eligibility depend on your connection and APDCL's current policy; we guide you through the application.গ্ৰিড-সংযুক্ত বাণিজ্যিক প্ৰণালীৰ ক্ষেত্ৰত নেট মিটাৰিঙৰ দ্বাৰা দেওবাৰ বা বন্ধৰ দিনত উৎপাদিত অতিৰিক্ত বিদ্যুৎ গ্ৰিডলৈ পঠিয়াব পাৰি। এপিডিচিএলৰ নীতি আৰু আবেদন প্ৰক্ৰিয়াত আমি সম্পূৰ্ণ কাৰিকৰী সহায় আগবঢ়াওঁ।

Scales we serveআমি সেৱা আগবঢ়োৱা ব্যৱসায়িক খণ্ডসমূহ

Segmentখণ্ডTypical needপ্ৰয়োজনীয়তাPriorityমূল লক্ষ্য
Shops and small officesদোকান আৰু সৰু কাৰ্যালয়Offset daytime usageদিনৰ বিদ্যুৎ ব্যৱহাৰ হ্ৰাসLower bills, quick paybackকম বিল আৰু ক্ষিপ্ৰ খৰচ উদ্ধাৰ
Hotels and institutionsহোটেল আৰু শিক্ষানুষ্ঠানSteady daytime loadনিয়মীয়া অবিৰত বিদ্যুৎ ব্যৱহাৰBill reduction and reliabilityবিল হ্ৰাস আৰু নিৰ্ভৰযোগ্য যোগান
Larger premisesডাঙৰ বাণিজ্যিক ভৱনHigh consumptionঅত্যাধিক বিদ্যুৎ চাহিদাMaximum offset, engineered designসৰ্বোচ্চ ৰাহি আৰু অভিযান্ত্ৰিক দক্ষতা

For factories and heavy loads, see industrial solar, and for end-to-end delivery see our solar EPC service.কাৰখানা আৰু ডাঙৰ লোডৰ বাবে চাওক ঔদ্যোগিক সৌৰ প্ৰণালী, আৰু সম্পূৰ্ণ প্ৰকল্প নিৰ্মাণৰ বাবে চাওক আমাৰ সৌৰ ইপিচি (EPC) সেৱা।

Solar calculatorসৌৰ কেলকুলেটৰ

Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।

Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।

  • System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
  • Savings calculatorসঞ্চয় কেলকুলেটৰ
  • Generation calculatorউৎপাদন কেলকুলেটৰ
  • Payback calculatorপেবেক কেলকুলেটৰ
  • Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ

Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ

FAQপ্ৰশ্নোত্তৰ

Common questions সাধাৰণ প্ৰশ্নসমূহ

Is commercial solar eligible for subsidy?ব্যৱসায়িক সৌৰ প্ৰকল্পই চৰকাৰী ৰাজসাহায্য লাভ কৰেনে?

Government subsidy schemes are primarily aimed at residential rooftop systems. Commercial projects are usually justified on return on investment instead. We help you model the payback honestly.চৰকাৰী ৰাজসাহায্য প্ৰধানকৈ আৱাসিক ঘৰৰ বাবেহে প্ৰযোজ্য। ব্যৱসায়িক প্ৰকল্পসমূহ বিদ্যুৎ বিল ৰাহি আৰু ত্বৰিত বিনিয়োগ উদ্ধাৰৰ (ROI) ওপৰত ভিত্তি কৰি স্থাপন কৰা হয়। আমি আপোনাৰ ব্যৱসায়ৰ লাভালাভৰ সঠিক হিচাপ প্ৰস্তুত কৰি দিওঁ।

How do you size a commercial system?ব্যৱসায়িক প্ৰণালীৰ ক্ষমতা কেনেকৈ নিৰ্ধাৰণ কৰা হয়?

We study your load profile, tariff and available roof area, then design a system that offsets the maximum practical share of your consumption. Our payback calculator gives an early indication.আমি আপোনাৰ ব্যৱসায়িক বিদ্যুৎ বিলৰ মাচুল, দিনৰ বিদ্যুৎ ব্যৱহাৰৰ ধৰণ আৰু ছাদৰ কালি অধ্যয়ন কৰি সৰ্বাধিক বিদ্যুৎ ৰাহি কৰিব পৰাকৈ সঠিক ক্ষমতা নিৰ্ধাৰণ কৰোঁ।

Can you work with our existing electrical setup?আমাৰ বৰ্তমানৰ বৈদ্যুতিক ব্যৱস্থাৰ সৈতে সৌৰ প্ৰণালী সংযোগ কৰিব পাৰিবনে?

Yes. We integrate with your distribution board and existing infrastructure, and coordinate the connection and approvals.হয়। আমি আপোনাৰ বৰ্তমানৰ ডিষ্ট্ৰিবিউচন ব'ৰ্ড আৰু আন্তঃগাঁথনিৰ সৈতে নিৰাপদে সংযোগ কৰোঁ আৰু যাৱতীয় কাৰিকৰী সংযোগ ও অনুমোদন সম্পন্ন কৰোঁ।

Do you offer maintenance for commercial systems?আপোনালোকে ব্যৱসায়িক প্ৰণালীৰ বাবে নিয়মীয়া মেৰামতি সেৱা আগবঢ়ায়নে?

Yes. We offer ongoing maintenance and monitoring so generation and savings stay on track. See our solar maintenance page.হয়। নিয়মীয়া চোৱাচিতা আৰু জেনেৰেশ্যন নিৰীক্ষণৰ বাবে আমি বাৰ্ষিক মেৰামতি চুক্তি (AMC) প্ৰদান কৰোঁ যাতে উৎপাদন সদায় সৰ্বোচ্চ হৈ থাকে।

Discuss a commercial solar projectব্যৱসায়িক সৌৰ প্ৰকল্পৰ বাবে আলোচনা কৰক

Share a few details and our team will help you size the right system. No obligation.তলত কেইটামান তথ্য দিয়ক আৰু আমাৰ বিশেষজ্ঞ দলে আপোনাৰ বাবে সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিব। কোনো বাধ্যবাধকতা নাই।

Chat on WhatsAppহোৱাটছএপত বাৰ্তালাপ কৰক

Your details are used only to respond to your enquiry. See our privacy policy.আপোনাৰ তথ্য কেৱল অনুসন্ধানৰ উত্তৰ দিবলৈ ব্যৱহাৰ কৰা হয়। আমাৰ গোপনীয়তা নীতি চাওক।

Sewaro Energy service informationSewaro Energy সেৱা তথ্য

Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।

Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।

Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।