Solar Panel Lifespan Decades of Reliable Clean Energyসৌৰ পেনেলৰ আয়ুস আৰু স্থায়িত্ব (Solar Panel Lifespan) কেইবা দশকৰ নিৰ্ভৰযোগ্য আৰু নিৰবচ্ছিন্ন বিদ্যুৎ যোগান
A professionally installed rooftop solar system operates efficiently for 25 to 30+ years. Learn how module degradation works, what 25-year warranties cover, and how to protect long-term generation.সঠিকভাৱে সংস্থাপিত এটি ৰুফটপ সৌৰ প্ৰকল্পই ২৫ ৰ পৰা ৩০ বছৰৰো অধিক সময় কাৰ্যক্ষমভাৱে বিদ্যুৎ উৎপাদন কৰে। ডিগ্ৰেডেচন কাৰ্ভ, ২৫ বছৰীয়া ৱাৰেণ্টি আৰু দীৰ্ঘম্যাদী স্থায়িত্বৰ নিয়মসমূহ জানক।

How Long Do Solar Panels Last?সৌৰ পেনেল কিমান বছৰ টিকে?
Solar photovoltaic modules are solid-state devices with zero moving parts, which makes them extraordinarily durable. High-quality monocrystalline panels are engineered to produce clean electricity reliably for 25 to 30 years or more. Even after 25 years, a top-tier panel will continue generating at roughly 80% to 85% of its original rated output.সৌৰ পেনেলত কোনো লৰচৰ কৰা যান্ত্ৰিক অংশ নথকাৰ বাবে ই অতিশয় মজবুত আৰু দীৰ্ঘম্যাদী হয়। উচ্চমানৰ মনো পাৰ্ক পেনেলসমূহে ২৫ ৰ পৰা ৩০ বছৰ বা তাতকৈ অধিক সময় নিৰ্ভৰযোগ্যভাৱে বিদ্যুৎ উৎপাদন কৰিব পাৰে। ২৫ বছৰ সম্পূৰ্ণ হোৱাৰ পিছতো ই ইয়াৰ প্ৰাৰম্ভিক ক্ষমতাৰ প্ৰায় ৮০% ৰ পৰা ৮৫% পৰ্যন্ত বিদ্যুৎ উৎপাদন অব্যাহত ৰাখে।
Understanding the Degradation Curveউৎপাদন হ্ৰাসৰ হাৰ (Degradation Curve)
All silicon solar cells experience light-induced degradation (LID) over time. In Year 1, standard initial settling causes a minor ~1.5% drop. For the next 24 years, annual degradation stays within a predictable 0.4% to 0.55% per year. Tier-1 manufacturers back this with a 25-Year Linear Performance Warranty.পোহৰ আৰু বতৰৰ প্ৰভাৱত সকলো চিলিকন চেলৰ উৎপাদন ক্ষমতা অতি ধীৰ গতিত সামান্য হ্ৰাস পায়। প্ৰথম বছৰত প্ৰায় ১.৫% আৰু তাৰ পিছত বছৰি মাত্ৰ ০.৪% ৰ পৰা ০.৫৫% হাৰতহে হ্ৰাস পায়। চৰকাৰীভাৱে তালিকাভুক্ত আগশাৰীৰ কোম্পানীসমূহে ইয়াৰ বাবে ২৫ বছৰৰ লিনিয়াৰ পাৰফৰমেন্স ৱাৰেণ্টি প্ৰদান কৰে।
Key Factors for 25-Year System Longevity২৫ বছৰলৈ স্থায়িত্ব বজাই ৰখাৰ মুখ্য দিশসমূহ
- Weatherproof Mounting: Hot-dip galvanized iron (GI) structures prevent rust and withstand Assam's heavy storms.মজবুত ষ্ট্ৰাকচাৰ: হট-ডিপ গেলভানাইজড ষ্ট্ৰাকচাৰে মামৰ ধৰা প্ৰতিৰোধ কৰে আৰু প্ৰৱল ধুমুহা সহ্য কৰে।
- Hermetic Lamination: High-grade EVA encapsulation prevents water ingress during humid monsoon seasons.জলৰোধী লেমিনেশ্যন: উচ্চমানৰ EVA শ্বীটে বাৰিষাৰ সেমেকা বতৰতো পেনেলৰ ভিতৰত পানী সোমাব নিদিয়ে।
- Periodic Inspection: Checking earthing resistance and electrical connections ensures optimal operating efficiency.নিয়মীয়া পৰীক্ষা: আৰ্থিং আৰু তাঁৰৰ সংযোগ সঠিক ৰাখিলে প্ৰণালীৰ কাৰ্যদক্ষতা অক্ষুণ্ণ থাকে।
Solar calculatorসৌৰ কেলকুলেটৰ
Estimate your system size and savings.আপোনাৰ প্ৰণালীৰ আকাৰ নিৰ্ণয় কৰক আৰু সঞ্চয়ৰ পৰিমাণ।
Use our calculators to estimate the system you need from your monthly bill, your generation, savings and payback period. Results are labelled estimates with their assumptions.মাহেকীয়া বিলৰ পৰা প্ৰয়োজনীয় প্ৰণালী, বিদ্যুৎ উৎপাদন, সঞ্চয় আৰু পেবেক সময়ৰ হিচাপ কৰক।
- System size calculatorপ্ৰণালীৰ আকাৰ কেলকুলেটৰ
- Savings calculatorসঞ্চয় কেলকুলেটৰ
- Generation calculatorউৎপাদন কেলকুলেটৰ
- Payback calculatorপেবেক কেলকুলেটৰ
- Panel area calculatorপেনেল ক্ষেত্ৰফল কেলকুলেটৰ
Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ
FAQপ্ৰশ্নোত্তৰ
Common questions সাধাৰণ প্ৰশ্নসমূহ
How long do solar panels actually last?সৌৰ পেনেল প্ৰকৃততে কিমান বছৰ টিকে?
Tier-1 monocrystalline panels have an operational lifespan of 25 to 30+ years. Panels do not abruptly stop working; they simply experience a very slow, predictable drop in output over decades.উচ্চমানৰ মনো পাৰ্ক সৌৰ পেনেল ২৫ ৰ পৰা ৩০ বছৰতকৈও অধিক সময় কাৰ্যক্ষম হৈ থাকে। পেনেলসমূহ হঠাৎ বন্ধ হৈ নাযায়; বৰঞ্চ কেইবা দশক ধৰি অতি ধীৰ গতিত ইয়াৰ উৎপাদন ক্ষমতা সামান্য হ্ৰাস পায়।
What is solar panel degradation rate?সৌৰ পেনেলৰ ডিগ্ৰেডেচন (Degradation) কি?
Degradation is the natural aging process of silicon photovoltaic cells under UV exposure. High-quality modules lose around 1.5% to 2% in Year 1, followed by only 0.45% to 0.55% per year for the next 24 years.ৰ'দ আৰু অতিবেঙুনীয়া ৰশ্মিৰ প্ৰভাৱত চিলিকন চেলৰ উৎপাদন ক্ষমতা বছৰি সামান্য হ্ৰাস পোৱা প্ৰক্ৰিয়াকে ডিগ্ৰেডেচন বোলে। প্ৰথম বছৰত প্ৰায় ১.৫–২% আৰু পৰৱৰ্তী ২৪ বছৰত প্ৰতি বছৰে মাত্ৰ ০.৪৫–০.৫৫% হাৰতহে হ্ৰাস পায়।
What kind of warranty comes with residential solar panels?ঘৰুৱা সৌৰ পেনেলত কি কি ৱাৰেণ্টি উপলব্ধ?
Quality panels come with two separate warranties: a 10 to 12-year Product Warranty against manufacturing/material defects, and a 25 to 30-year Linear Performance Warranty guaranteeing minimum output.উচ্চমানৰ পেনেলে দুটা সুকীয়া ৱাৰেণ্টি প্ৰদান কৰে: নিৰ্মাণজনিত সুৰক্ষাৰ বাবে ১০ ৰ পৰা ১২ বছৰৰ প্ৰডাক্ট ৱাৰেণ্টি, আৰু উৎপাদন ক্ষমতাৰ নিশ্চয়তাৰ বাবে ২৫ ৰ পৰা ৩০ বছৰৰ লিনিয়াৰ পাৰফৰমেন্স ৱাৰেণ্টি।
How can I maximize the lifespan of my solar system in Assam?অসমৰ জলবায়ুত সৌৰ প্ৰকল্পৰ আয়ুস কেনেকৈ সৰ্বোচ্চ কৰিব পাৰি?
By using hot-dip galvanized mounting structures resistant to rusting, ensuring chemical waterproof sealing on the roof, conducting periodic cleaning, and scheduling annual health checkups with Sewaro Energy.মজবুত মামৰে নধৰা হট-ডিপ গেলভানাইজড ষ্ট্ৰাকচাৰ ব্যৱহাৰ কৰি, ছাদৰ জলৰোধী সুৰক্ষা নিশ্চিত কৰি, নিয়মীয়াকৈ পেনেল চাফা ৰাখি আৰু বছৰেকীয়া কাৰিকৰী পৰীক্ষাৰ জৰিয়তে প্ৰকল্পৰ আয়ুস বৃদ্ধি কৰিব পাৰি।
Sewaro Energy service informationSewaro Energy সেৱা তথ্য
Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।