Solar Repair rapid diagnosis & troubleshooting across Assam.সৌৰ মেৰামতি সেৱা (Solar Repair) ক্ষিপ্ৰ কাৰণ নিৰ্ণয় আৰু কাৰিকৰী সমাধান।
Expert solar repair services across Assam for inverters, wiring, tripping, and components — starting with a proper diagnosis and an honest assessment before any work begins.সমগ্ৰ অসমত ইনভাৰ্টাৰ, ৱায়াৰিং, ট্ৰিপিং আৰু সঁজুলিৰ কাৰিকৰী বিজুতি সমাধানৰ বাবে বিশেষজ্ঞ মেৰামতি সেৱা — সঠিক কাৰণ নিৰ্ণয় আৰু নিৰ্ভৰযোগ্য কামৰ প্ৰতিশ্ৰুতিৰে।

Start with diagnosis, not assumptionsঅনুমানৰ সলনি সঠিক কাৰিকৰী পৰীক্ষা
A solar system that underperforms or stops can have several causes — an inverter fault, a loose connection, a tripped breaker, earthing issues, shading, or physical damage. Guessing wastes money. We diagnose the actual fault and tell you what it will take to fix, before starting work.সৌৰ প্ৰণালী এটা বিকল হোৱাৰ বা কম উৎপাদন হোৱাৰ বহুতো কাৰণ থাকিব পাৰে — ইনভাৰ্টাৰৰ বিজুতি, ঢিলা সংযোগ, চাৰ্কিট ব্ৰেকাৰ ট্ৰিপ হোৱা, আৰ্থিং সমস্যা বা পেনেলৰ ক্ষতি। অনুমানেৰে কাম কৰিলে সময় আৰু ধন দুয়োটাই নষ্ট হয়। আমি কাম আৰম্ভ কৰাৰ আগতে প্ৰকৃত বিজুতি নিৰ্ণয় কৰি তাৰ খৰচ আৰু সময়ৰ সঠিক বিৱৰণ দিওঁ।
Common problems we seeসাধাৰণতে দেখা দিয়া সমস্যাসমূহ
- Inverter error codes or complete shutdownইনভাৰ্টাৰত এৰ'ৰ ক'ড ওলোৱা বা সম্পূৰ্ণ বন্ধ হৈ পৰা
- Falling generation without an obvious causeস্পষ্ট কাৰণ নোহোৱাকৈ বিদ্যুৎ উৎপাদন হ্ৰাস পোৱা
- Loose, corroded or damaged wiring and connectorsঢিলা, মামৰে ধৰা বা নষ্ট হোৱা কেবল আৰু MC4 কানেক্টৰ
- Tripped protection devices or earthing faultsMCB/SPD ট্ৰিপ হোৱা বা আৰ্থিঙৰ বিজুতি
- Physical damage to panels, frames or cablingধুমুহা বা বাহ্যিক কাৰণত পেনেল, ফ্ৰেম বা তাঁৰৰ ক্ষতিসাধন
Safety firstসুৰক্ষা সৰ্বোচ্চ অগ্ৰাধিকাৰ
Solar systems involve live DC and AC electricity. Do not open enclosures or attempt repairs yourself. Isolate only what you are trained to, and let a qualified technician handle the rest.সৌৰ প্ৰণালীত উচ্চ ক্ষমতাসম্পন্ন ডিচি (DC) আৰু এচি (AC) বিদ্যুৎ প্ৰবাহিত হৈ থাকে। নিজে কেতিয়াও ইনভাৰ্টাৰ বা ডিচিডিবি বক্স খুলিব নাযাব। সুৰক্ষাৰ স্বাৰ্থত কেৱল মূল আইছলেটৰ অফ কৰক আৰু এজন অভিজ্ঞ সৌৰ কাৰিকৰক পৰীক্ষা কৰিবলৈ দিয়ক।
Repair and preventionমেৰামতি আৰু প্ৰতিৰোধমূলক ব্যৱস্থা
| Stageপৰ্যায় | What we doকাৰ্যসূচী |
|---|---|
| Diagnosisকাৰণ নিৰ্ণয় | Identify the fault and its root causeপ্ৰকৃত বিজুতি আৰু ইয়াৰ মূল উৎস চিনাক্ত কৰা |
| Assessmentমূল্যায়ন | Explain the fix, cost and warranty positionমেৰামতিৰ পদ্ধতি, আনুমানিক খৰচ আৰু ৱাৰেণ্টি স্পষ্ট কৰা |
| Repairমেৰামতি | Carry out the work safely and test the systemসুৰক্ষিতভাৱে মেৰামতি কৰি সম্পূৰ্ণ প্ৰণালী টেষ্টিং কৰা |
| Preventionপ্ৰতিৰোধ | Recommend maintenance to avoid repeat faultsভৱিষ্যতে যাতে একে সমস্যা নহয় তাৰ পৰামৰ্শ প্ৰদান |
Faults are often preventable. See solar maintenance to keep your system healthy, and the maintenance guide for everyday care.নিয়মীয়া যত্ন ল'লে অধিকাংশ বিজুতি প্ৰতিৰোধ কৰিব পাৰি। প্ৰণালীটো সক্ৰিয় ৰাখিবলৈ চাওক সৌৰ মেৰামতি সেৱা আৰু নিয়মীয়া যত্নৰ বাবে চোৱাচিতা নিৰ্দেশিকা।
Related pagesসম্পৰ্কিত পৃষ্ঠাসমূহ
FAQপ্ৰশ্নোত্তৰ
Common questions সাধাৰণ প্ৰশ্নসমূহ
My solar system has stopped working. What should I do?মোৰ সৌৰ প্ৰণালীটো বন্ধ হৈ পৰিছে। মই কি কৰা উচিত?
Note any inverter error or display message, check whether the grid supply and isolators are normal, and contact us. Avoid opening electrical enclosures yourself.ইনভাৰ্টাৰৰ ডিচপ্লে'ত কিবা এৰ'ৰ মেছেজ ওলাইছে নেকি চাওক, বিজুলী যোগান আৰু আইছলেটৰ চুইচ ঠিক আছেনে পৰীক্ষা কৰক আৰু আমাক যোগাযোগ কৰক। নিজে কোনো বৈদ্যুতিক পেনেল বা ইনভাৰ্টাৰ খুলিব নাযাব।
What are the most common solar faults?সৌৰ প্ৰণালীত সাধাৰণতে কি কি বিজুতি দেখা দিয়ে?
Inverter faults, loose or corroded connections, tripped protection devices, earthing issues, and physical damage to panels or wiring. A diagnosis identifies the actual cause.ইনভাৰ্টাৰৰ কাৰিকৰী বিজুতি, ঢিলা বা মামৰে ধৰা সংযোগ, এমচিবি/ফিউজ ট্ৰিপ হোৱা, আৰ্থিং সমস্যা আৰু পেনেল বা কেবলৰ বাহ্যিক ক্ষতি। আমাৰ পৰিদৰ্শনে প্ৰকৃত কাৰণটো চিনাক্ত কৰে।
Is my system still under warranty?মোৰ প্ৰণালীটো এতিয়াও ৱাৰেণ্টিৰ অধীনত আছেনে?
Panels and inverters carry manufacturer warranties, and workmanship may be covered too. We check applicability and tell you what is covered before proceeding.সৌৰ পেনেল আৰু ইনভাৰ্টাৰৰ নিৰ্মাতা কোম্পানীৰ সুকীয়া ৱাৰেণ্টি থাকে। কাম আৰম্ভ কৰাৰ পূৰ্বে আমি আপোনাৰ ৱাৰেণ্টিৰ স্থিতি পৰীক্ষা কৰি স্পষ্টভাৱে অৱগত কৰোঁ।
Can you repair a system installed by someone else?আন কোনোবাই সংস্থাপন কৰা সৌৰ প্ৰণালীৰ আপোনালোকে মেৰামতি কৰেনে?
Often yes, after an assessment. We will be honest if a system is unsafe or uneconomical to repair.হয়, প্ৰাথমিক পৰীক্ষাৰ পিছত আমি মেৰামতি কৰোঁ। যদি প্ৰণালীটো বিপজ্জনক বা মেৰামতিৰ উপযোগী নহয়, তেন্তে আমি আপোনাক স্পষ্টভাৱে সঠিক পৰামৰ্শ আগবঢ়াওঁ।
Sewaro Energy service informationSewaro Energy সেৱা তথ্য
Tell us about your roof and electricity use. We'll recommend the right system and handle subsidy and net-metering paperwork where applicable.আপোনাৰ ছাদ আৰু বিদ্যুৎ ব্যৱহাৰৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু প্ৰযোজ্য হ'লে ৰাজসাহায্য আৰু নেট-মিটাৰিঙৰ কাম চম্ভালিম।
Ready to power your home with solar? engineered to last.আপোনাৰ ঘৰখন সৌৰ শক্তিৰে আলোকিত কৰিবলৈ সাজুনে? যি টিকিব বহু বছৰ।
Tell us about your roof and your electricity bill. We'll help you size the right system and handle the subsidy and net-metering paperwork.আপোনাৰ ছাদ আৰু মাহেকীয়া বিদ্যুৎ বিলৰ বিষয়ে কওক। আমি সঠিক প্ৰণালী নিৰ্বাচনত সহায় কৰিম আৰু ৰাজসাহায্য তথা নেট-মিটাৰিঙৰ সকলো কাম চম্ভালিম।